Flash News
ব্যস্ততাৰ মাজতো পথত ৰৈ থকা ৰাইজৰ সমস্যা সমাধানৰ বাবে গাড়ীৰ পৰা নামি অহা মুখ্যমন্ত্ৰী এয়াই প্ৰথম দেখিলোঁ । প্ৰকৃতাৰ্থত জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
👉 প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত সংঘটিত হোৱা ৰাজ্যকপোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰীত নাম খাঙোৰ খাইছিল – আৰ এইচ খানৰ 👉 ২০২৩ চনৰ ১১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত কেলেংকাৰীৰ পৰা দোষমুক্ত ঘোষণা কৰে পাহাৰৰ কিং খান হিচাবে খ্যাত – আৰ এইচ খানসহ আন সকলক 👉 এতিয়া ক’ত কি কৰি আছে আৰ এইচ খান ? 👉 কি কৰে আৰ খানৰ পত্নীয়ে … বিস্তৃত তথ্যৰে শীঘ্ৰেই “দাপোণ লাইভ” দৰ্শকৰ বাবে আমি লৈ আহিম “আৰ এইচ খান আখ্যান” … অপেক্ষা মাথো কেইটামান দিনৰ …
অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীলৈ ‘শ্ৰেষ্ঠ মাতৃ বঁটা’
শংকৰদেৱ কলাক্ষেত্ৰত আজি অসমৰ কৃষি আৰু আনুসংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ শক্তিশালীকৰণ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা
আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী
মাণিকপুৰত স্বাধীনতা দিৱস উপলক্ষে বিশাল ত্ৰিৰংগা যাত্ৰা: উছাহ-উদ্দীপনাৰে অংশগ্ৰহণ ৰাইজৰ৷ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বিজেপিৰ মাণিকপুৰ মণ্ডলৰ উদ্যোগত আৰু বঙাইগাঁও জিলা কমিটিৰ সহযোগত অনুষ্ঠিত কৰা হয়৷ “মনে-প্ৰাণে ত্ৰিৰংগা, ঘৰে-ঘৰে ত্ৰিৰংগা” আহ্বানেৰে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱ স্মৰণ কৰি আয়োজন কৰা এই যাত্ৰাই অঞ্চলটোত এক অভূতপূৰ্ব উৎসাহৰ সৃষ্টি কৰে। ত্ৰিৰংগা যাত্ৰাটি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বঙাইগাঁও জিলা সমিতিৰ সম্পাদক ভাস্কৰ ৰায়ে। মাণিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা মাণিকপুৰ চাৰিআলি হৈ ২৭নং ঘাইপথেৰে আহি প্ৰায় দুই কিলোমিটাৰ শোভাযাত্ৰাৰ বজাৰ গৃহত সামৰনি মাৰে৷ মাণিকপুৰ বাসী ৰাইজে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ এই পদযাত্ৰাত অংশ গ্ৰহন কৰে৷ প্ৰখৰ ৰদকো নেওচি স্থানীয় সকলো বয়সৰ পুৰুষ-মহিলাই এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কাৰ্যসূচীটি সফল কৰি তুলি নিজৰ দেশপ্ৰেমৰ পৰিচয় দিয়ে। মাণিকপুৰৰ পৰা আব্দুল ছোবাহান আলীৰ ৰিপৰ্ট।
Hello world!
Deadly fire hits Kangkok shopping complex
The country waits as coup rumours grow
Middle classes losing out to ultra-rich


